গুগলত ফ’ট’ ডাউনলোড কৰিবলৈ গ্ৰাহকে ভৰিব লাগিব ধন

Google

পাঁচ বছৰৰ আগতে আৰম্ভ হোৱা গুগল ফ’ট’ৱে এতিয়াৰেপৰা হাই ৰিজল্যুশ্বন ফ’ট’ ডাউনলোড কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে।গুগলৰ মতে অহা বছৰৰ জুন মাহৰপৰা বিনামূলীয়াকৈ গুগলত নিৰ্ধাৰিত সীমাতকৈ অধিক ফ’ট’ ডাউনলোড কৰিব নোৱাৰিব।গুগল কৰ্তৃপক্ষই উল্লেখ কৰা মতে নতুন নিয়ম অনুসৰি হাই ৰিজল্যুশ্বন ফ’ট’ৰ ক্ষেত্ৰত গ্ৰাহকসকলে এতিয়াৰেপৰা মাত্ৰ ১৫ জিবিহে ষ্ট’ৰেজ লাভ কৰিব৷

Google

ইয়াতকৈ অধিক পৰিমানৰ ফ’ট’ ডাউনলোড কৰিব বিচাৰিলে অতিৰিক্ত ষ্ট’ৰেজৰ বাবে গ্ৰাহকসকলে মাহেকত দুই মাৰ্কিন ডলাৰকৈ গুগলক ধন আদায় দিব লাগিব ৷

Your Comments