মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰীক আবেদন মমতা বেনাৰ্জীৰ

Mamta Benerjee

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ আবেদন লিখি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত হস্তক্ষেপ কৰিবলৈ আৰু সামগ্ৰীৰ যোগান বৃদ্ধি কৰিবলৈ আবেদন জনাইছে।

আবেদনত বেনাৰ্জীয়ে আলু-পিঁয়াজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পূৰ্বৰ ক্ষমতা ঘূৰাই দিবলৈয়ো অনুৰোধ জনায়।

মমতা বেনাৰ্জীয়ে তেওঁৰ চাৰি পৃষ্ঠাজোৰা আবেদনত অত্যাৱশ্যকীয় সামগ্ৰী যেনে আলু-পিঁয়াজ আৰু মাহজাতীয় খাদ্যসামগ্ৰীৰ যোগান বৃদ্ধি কৰিবলৈও অনুৰোধ জনায়।

Your Comments