'অসম ৮৬ হাজাৰ কোটি টকাৰ ধাৰত':ৰিপুন বৰা

Ripun Bora

যোৱা ৮ নৱেম্বৰত তেজপুৰ আৱৰ্ত ভৱনত এখন সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাঙি ধৰা তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে অসমক ২০৫০ লাখ কোটি টকা জিএছটিৰ বাবদ দিবলৈ লগা আছে।তদুপৰি, কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক জিএছটিৰ ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিছিল।পিছে এই ধন আদায় নিদিয়াত অসম চৰকাৰে ঋণ ল’বলৈ বাধ্য হয় আৰু এই ঋণৰ পৰিমাণ বাঢ়ি গৈ ৮৬ হাজাৰ কোটি টকা হয়গৈ বুলি উল্লেখ কৰে ৰিপুন বৰাই ৷

Your Comments