কাৰবন্দী হৈ থকা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আবেদন স্থগিত ৰাখিলে বোম্বে উচ্চ ন্যায়ালয়ে।শনিবাৰে গোস্বামী জামিনৰ শুনানী আছিল যদিও শেষ মুহূৰ্তত স্থগিত ৰাখিলে ন্যায়ালয়ে।
ইফালে,বোম্বে উচ্চ ন্যায়ালয়ে জামিন স্থগিত ৰাখিছে যদিও গোস্বামীয়ে পুনৰ সত্ৰ আদালতত দাখিল কৰিব পাৰিব আবেদন।
গুৰুত্বপূৰ্ণ যে উচ্চ আদালতখনে পৰৱৰ্তী শুনানি ১০ডিচেম্বৰত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।
- Log in to post comments
- 18 views