বিশ্বজুৰি ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়তে ৰাজ্যবাসীলৈ ভাল খবৰ।১১৫ দিনৰ পিছত বুধবাৰে ৰাজ্যত এজনো লোকৰ মৃত্যু হোৱা নাই ক'ৰ'না ভাইৰাছত আক্রান্ত হৈ।এই কথা জনালে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে বিশ্বৰ বহুকেইখন দেশত ক'ৰ'নাৰ ভয়াৱহতাৰ বাবে পুনৰ দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ সময়তে অসমবাসীলৈ এই সুখবৰ দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 14 views