পুনৰ উত্তেজনা:লাডাখ সীমান্তত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ প্ৰয়াস ব্যৰ্থ কৰিলে ভাৰতীয় সেনাই

India-China Border

ভাৰত আৰু চীনৰ মাজত চলিত বৰ্ষৰ মে' মাহৰ পৰা চলি থকা উত্তেজনা পুনৰ চৰম পৰ্যায়ত উপনীত হৈছে।২৯-৩০ আগষ্টৰ নিশা চীনৰ প্রায় ৫০০ সৈন্যই পূব লাডাখৰ পেংগং হৃদ এলেকাত ভাৰতৰ এলেকাত গোপনে অনুপ্ৰৱেশ কৰি শিবিৰ স্থাপনৰ প্ৰয়াস কৰে।কিন্তু,ভাৰতীয় সেনাই সময় থাকোতে অৱগত হৈ চীনা সৈন্যৰ এই অনুপ্ৰৱেশ আৰু শিবিৰ স্থাপনৰ প্ৰয়াস ব্যৰ্থ কৰে।ইয়াৰ পিছতেই লাডাখ সীমান্তত উত্তেজনা পুনৰ তুংগত উঠিছে।

Your Comments