অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় ৰঞ্জন গগৈ

Ranjan Gogoi

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ চৰ্চাক খাৰিজ কৰিছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।গগৈয়ে কয় যে তেওঁ কোনো ৰাজনৈতিক নেতা নহয়।তেওঁৰ এনেকুৱা কোনো উচ্চাকাংখা আৰু আঁচনি নাই।উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰঞ্জন গগৈ অসমত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে বুলি মন্তব্য কৰিছিল।

Your Comments