'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ অন্তৰ্গত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগত খণ্ডৰ বাবে দেশৰ ৪১টা কয়লা ক্ষেত্ৰ নিলামৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰে।এই সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ক'ৰ'নাৰ লগত যুঁজিবও আৰু আগবাঢ়িও যাব।ভাৰতে এই বৃহৎ সংকটটোক সুবিধালৈ পৰিৱৰ্তিত কৰিব।এই সংকটে ভাৰতক 'আত্মনিৰ্ভৰ ভাৰত' হোৱাৰ শিক্ষা দিছে।
- Log in to post comments
- 18 views