"প্ৰৰোচিত কৰিলে যিকোনো পৰিস্থিতিত যথোচিত উত্তৰ দিয়াত ভাৰত সমৰ্থৱান"-প্ৰধানমন্ত্ৰী মোডী

PM Modi

পূব লাডাখৰ গলৱান উপত্যকাত চীনৰ সেনাৰে যুঁজি ২০ গৰাকী ভাৰতীয় সেনা শ্বহীদ হোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বক্তব্য প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে শ্বহীদ জোৱানসকলৰ ত্যাগ অথলে নাযায়।আমি আমাৰ সৈন্যসকলক লৈ গৌৰৱান্বিত হোৱা উচিত,তেওঁলোকে শত্রুক নিধন কৰি মৃত্যু বৰণ কৰিছে।প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আমি শান্তি বিচাৰোঁ।কিন্তু,প্ৰৰোচিত কৰিলে যিকোনো পৰিস্থিতিত যথোচিত উত্তৰ দিবলৈ ভাৰত সমৰ্থৱান।

Your Comments