ৰাজ্যত অষ্টমজন ক'ৰনা আক্রান্তৰ মৃত্যু

Corona

ক্ৰমাৎ ভয়ংকৰ হৈছে ৰাজ্যত ক'ৰ'না সংক্ৰমণৰ পৰিস্থিতি।শুকুৰবাৰে ৰাজ্যত পুনৰ অষ্টমজন ক'ৰনা আক্রান্ত ৰোগীৰ মৃত্যু।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱা ৰোগীজনৰ নাম হৈছে মণ্টু ৰামচিয়াৰী।বাক্সা জিলাত ঘৰ মৃত ৰোগীজনৰ।উল্লেখ যে  যকৃতৰ ৰোগত আক্রান্ত হৈ আছিল ব্যক্তিজন।বৰ্তমান ৰাজ্যত ৮ জনলৈ বৃদ্ধি পালে মৃত্যু  হোৱা লোকৰ সংখ্যা।আক্রান্তৰ সংখ্যা ৩৪৯৮জনলৈ বৃদ্ধি।

Your Comments