নিউজ ডেস্ক :
গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড -১৯ত আক্ৰান্ত ছাত্ৰী ডাঃ দিপা ডেকা থকা ছাত্ৰী নিৰ্বাসটো চীল কৰিলে প্ৰশাসনে। কনটেইনমেণ্ট জন ঘোষণা কৰিলে মহানগৰ জিলা প্ৰশাসনে।উল্লেখ যে এই সময়ছোৱাত হোষ্টেলৰ ভিতৰত আৰু তাত থকা কোনো লোকে বাহিৰলৈ ওলাব নোৱাৰিব।
উল্লেখ্য যে হোষ্টেলটোত ৪০গৰাকী ছাত্ৰী আছিল।প্ৰশাসনৰ দ্বাৰা সমগ্ৰ চৌহদ কৰা হৈছে চেনিটাইজাৰ।
- Log in to post comments
- 23 views