আজমেৰৰ পৰা কাছাৰলৈ অহা বাছখনৰ আৰু তিনিজন যাত্ৰী ক'ভিড-১৯ত আক্ৰান্ত।এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি পালে।
গুৰুত্বপূৰ্ণ যে বাছখনত শিশুসহ মুঠ ৪৫ গৰাকী যাত্ৰী আহিছিল।তাৰে বৰ্তমান সময়লৈ ৮ জনৰ দেহত ধৰা পৰিছে ক'ভিড-১৯।বাকীসকল ব্যক্তিৰ দেহতো ক'ভিড-১৯ ধৰা পৰাৰ সম্ভাৱনা থকা কথা ইতিমধ্যে মন্ত্ৰী ড: শৰ্মাই প্ৰকাশ কৰিছে।
- Log in to post comments
- 20 views