গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ স্নাতকোত্তৰ ছাত্ৰ ডাঃ লিথিকেশৰ দেহত কোভিড-১৯ধৰা পৰাৰ পিছতে অধিক জটিল হৈ পৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰিৱেশ।চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ৰমেন তালুকদাৰসহ ৯জন চিকিৎসকক কৰা হৈছে কোৱাৰেণ্টাইন।বৰ্তমান হাস্পতালখনৰ চিকিৎসক,নাৰ্চ আৰু চিকিৎসা-কৰ্মী সকলৰ নমুনা সংগ্ৰহ কৰা হৈছে।
মধ্যে আক্রান্ত ছাত্ৰ চিকিৎসকজন থকা ৫নম্বৰ হোষ্টেল আৰু সমীপৰ ১নং হোষ্টেল ছীল কৰিছে প্ৰশাসনে।
- Log in to post comments
- 29 views