নতুন ৰোগীৰ বাবে সাময়িকভাৱে বন্ধ থাকিব জি এম চি এইচ : ডঃ হিমন্ত বিশ্ব শৰ্মা

Gmch

নিউজ ডেস্ক :
গুৱাহাটী মেডিকেল কলেজ হাস্পিতালৰ এগৰাকী স্নাতকোত্তৰ মহলৰ ছাত্ৰৰ দেহত covit-19 ধৰা পৰাৰ পিছতেই আজিৰে পৰা জিএমচিএইচ নতুন ৰোগীৰ বাবে বন্ধ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এক টুইটৰ জৰিয়তে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা মতে "চিকিৎসালয়খনত যিসকল ৰোগীৰ ভৰ্তি হৈ আছে তেওঁলোকক নতুনকৈ  ছোৱাব টেষ্ট কৰা হ'ব।গতিকে কিছুদিনৰ বাবে নতুনৰোগীৰ বাবে বন্ধ থাকিব চিকিৎসালয়"।

ইফালে চিকিৎসালয়খনৰ আক্রান্ত ছাত্ৰ চিকিৎসক গৰাকীৰ সান্নিধ্যত যিসকল ব্যক্তি আহিছিল তেওঁলোকক সাৱধানতা অৱলম্বন কৰাৰো আহ্বান জনাইছে"।

Your Comments