গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো আক্ৰান্ত ক'ৰোনা ভাইৰাছত

Gmc

নিউজ ডেস্ক :

ক'ৰোনা ভাইৰাছত আক্রান্ত গুৱাহাটীৰ চাৰিজন লোকৰ ভিতৰত এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক।এগৰাকী চান্দমাৰী অঞ্চলৰ মহিলা হোৱাৰ লগতে
তৃতীয়গৰাকী সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ কৰ্মচাৰী আৰু চতুৰ্থ গৰাকী বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

Your Comments