মাৰাত্মক "ক'ভিড-১৯" সংক্ৰমণ প্ৰতিৰোধৰ বাবে শক্তিপীঠ কামাখ্যা দেৱালয় কৰ্তৃপক্ষই আগবঢ়াইছে সাহায্য।মঙলবাৰে ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ শক্তিপীঠখনৰ কৰ্তৃপক্ষই আগবঢ়ায় পাঁচ লাখ টকাৰ বৰঙণি।
- Log in to post comments
- 16 views