দেশত অষ্টম গৰাকী কৰ'না আক্রান্তৰ মৃত্যু

Pic

দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰ'নাই পুনৰ প্ৰাণ ল'লে আৰু এজনৰ।মহাৰাষ্ট্ৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৬৮ বছৰীয়া ফিলিপাইনছৰ এগৰাকী  ব্যক্তিয়ে প্ৰাণ হেৰুৱায়।

সমগ্ৰ দেশত বৰ্তমানলৈ অষ্টম গৰাকী ব্যক্তিৰ প্ৰাণ কাঢ়িলে ক'ৰ'নাই।তাৰে তিনিগৰাকীৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত।

গুৰুত্বপূৰ্ণ কথা যে দেশত ইতিমধ্যে ক'ৰ'না আক্রান্ত ৰোগী সংখ্যা বৃদ্ধি পাইছে ৪২৯ গৰাকীলৈ।

Your Comments