কৰ'না সংক্ৰমণৰ আশংকাত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। ২৯ মার্চলৈকে বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়। বিদ্যালয়ৰ উপৰিও বন্ধ থাকিব ৰাজ্যৰ সকলো ছবিগৃহ।বন্ধ থাকিব ৰাজ্যৰ জিমসমূহো।১৬ মার্চৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা।১৬ মার্চৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা।চিবিএছই আৰু ছেবাৰ বাহিৰে সকলো পৰীক্ষা বাতিল।ছুইমিং পুলসমূহো বন্ধ ঘোষণা।ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰিলে এই কথা।
- Log in to post comments
- 24 views