শুকুৰবাৰ বিয়লি ৫ বজা-শনিবাৰ বিয়লি ৫ বজা:২৪ ঘণ্টাত ক'ৰ'না ভাইৰাছত বিশ্বজুৰি ৪১৭ জন লোকৰ মৃত্যু

Pic

বিশ্বজুৰি ক'ৰ'না ভাইৰাছত আক্রান্তৰ সংখ্যা ১,৫১৭৬০ জনলৈ বৃদ্ধি পাইছে।আনহাতে,১৩৭ খন দেশত ৫,৭৬৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।ইফালে,শুকুৰবাৰে বিয়লি ৫ বজাৰ পৰা শনিবাৰলৈ বিয়লি ৫ বজালৈ বিশ্বজুৰি ১১,০৩৭ গৰাকী ব্যক্তি নতুনকৈ সংক্ৰমিত হৈছে।আনহাতে,এই সময়চোৱাত বিশ্বজুৰি ৪১৭ গৰাকী লোকৰ ক'ৰ'নাৰ সংক্ৰমণত মৃত্যু হৈছে।

Your Comments