ধিং সমষ্টিৰ এআইইউডিএফ বিধায়ক আমিনুল ইছলামৰ আহোমবিৰোধী মন্তব্যৰ তীব্ৰ প্ৰতিবাদ হৈছে সমগ্র ৰাজ্যতে।আহোমসকল অসমৰ খিলঞ্জীয়া নহয় বুলি গৰ্হিত মন্তব্য কৰিছিল ইছলামে।ডিব্ৰুগড় নগৰত টাই আহোম যুৱ পৰিষদে শিৰচ্ছেদ কৰিলে আমিনুল ইছলামৰ জুমুঠিৰ।বহু ঠাইত বিধায়কজনৰ জুমুঠি দাহ কৰে দল-সংগঠনে।বিভিন্ন দল-সংগঠনে গ্ৰেপ্তাৰৰ দাবী জনাইছে বিধায়কজনৰ।
- Log in to post comments
- 12 views