গুৱাহাটী কঁপাই যোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বঙাইগাঁও

শনিবাৰে সন্ধিয়া ৬-১৭ বজাত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অংশ কঁপাই যোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৮।ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বঙাইগাঁও।এতিয়ালৈ কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।

Your Comments