'অসমৰ অখণ্ডতা ভংগ নহয়।অসম বিভক্ত হোৱাৰ কোনো আশংকা এতিয়াৰে পৰা নাই'।ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এই বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।বড়োভূমিৰ এলেকা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰিব বুলি ক'লে গৃহমন্ত্ৰীয়ে।জনজাতিৰ ভূমি অধিকাৰ অক্ষুন্ন থাকিব বুলি ক'লে অমিত শ্বাহে।
- Log in to post comments
- 53 views