দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ত্ৰালত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত শনিবাৰে হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে।ইয়াৰ পূৰ্বে পুলৱামা জিলাৰে খ্ৰিয়ুত এটা সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে নিহত কৰিছিল এটা সন্ত্ৰাসবাদীক।ইফালে,গণৰাজ্য দিৱস উপলক্ষে জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
- Log in to post comments
- 11 views