ভাৰত পালেহি চীনত আতংক সৃষ্টি কৰা কৰ'ণা ভাইৰাছ।মুম্বাইত দুজন লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ ৰোগাক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে।দুয়োজন লোকক কস্তুৰবা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।চীনত ইতিমধ্যে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ ২৬ জন লোকৰ মৃত্যু হৈছে।আক্রান্ত হৈছে ৮৩০ জন লোক।
- Log in to post comments
- 18 views