বৃহস্পতিবাৰে দেশে পালন কৰিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ সংখ্যক জন্মজয়ন্তী।দেশৰ স্বাধীনতা সংগ্ৰামৰ শীৰ্ষ নেতাসকলৰ অন্যতম সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰি সশস্ত্ৰ উপায়েৰে ব্ৰিটিছৰ হাতৰ পৰা ভাৰতৰ স্বাধীনতা কাঢ়ি অনাৰ প্ৰয়াস কৰিছিল।নজন্মজয়ন্তীৰ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সংগ্ৰামত নেতাজীৰ অৱদানৰ বাবে দেশ তেওঁৰ ওচৰত চিৰকৃতজ্ঞ।
- Log in to post comments
- 14 views