মাওবাদীৰ আক্ৰমণত নিহত অসমৰ জোৱান

maobadi

নিউজ ডেস্ক :

#মাওবাদীৰ আক্ৰমণত নিহত অসমৰ জোৱান।
#শ্বহীদ জোৱান জনৰ নাম নিৰজ ছেত্ৰী।
#গহপুৰৰ নিৰজ এছ এছ বিত জোৱান হিচাপে কৰ্মৰত আছিল।
# দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত চত্ৰিশগড়ত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় জোৱান জন।

Your Comments