আমেথিত ৰাহুল গান্ধীৰ পৰাজয়ৰ কাৰণ সন্ধান আৰম্ভ কংগ্ৰেছৰ

rahul

নিউজ ডেস্ক:

কংগ্ৰেছ দলক কঁপাই তুলিছিল ৰাহুল গান্ধীৰ আমেথি লোকসভা সমষ্টিত পৰাজয়ে।এতিয়া এই পৰাজয়ৰ কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছে।


কংগ্ৰেছৰ এটা বিশেষ দলে আমেথিৰ গাঁৱে- গাঁৱে গৈ কংগ্ৰেছ কৰ্মীসকল আৰু জনতাৰ বক্তব্য গ্ৰহণ কৰি পৰাজয়ৰ কাৰণৰ সন্ধান আৰম্ভ কৰিছে।

Your Comments