মুম্বাইৰ পৰা লণ্ডন মাত্ৰ এঘন্টাতে-কেনেকৈ ?

hipersonic

নিউজ ডেস্ক:

বিশ্বৰ বিমান সেৱা ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন হ'বলৈ আগবাঢ়িছে।অতিকৈ দ্ৰুতবেগী হাইপাৰছ'নিক বিমান নিৰ্মাণ আৰম্ভ কৰিছে ইংলেণ্ডৰ কোম্পানী 'ৰিয়েক্সন ইঞ্জিন লিমিটেড'-এ।


প্ৰতি ঘণ্টাত ৩৮,৮০০ মাইল গতিবেগৰ এই বিমানখনেৰে মুম্বাইৰ পৰা লণ্ডন মাত্ৰ ১ ঘণ্টাতে পাব পৰা যাব।বৰ্তমান এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে ৮-১১ ঘণ্টা।

Your Comments