গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰিলে অমিত শ্বাহ আৰু ৰাজনাথ সিঙে

sing

শনিবাৰে নতুন দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজ নিজ মন্ত্ৰণালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দায়িত্ব গ্ৰহণ কৰাৰ পিছত সেনাৰ তিনিওটা শাখাৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয়।

Your Comments