পূব নন্দা দেৱী পৰ্বত আৰোহণ কৰিবলৈ গৈ নিৰুদ্দেশ ৮ গৰাকী পৰ্বতাৰোহী

team

উত্তৰাখণ্ডৰ  ৭৪৩৪ মিটাৰ উচ্চতাৰ পূব নন্দা দেৱী পৰ্বত আৰোহণ কৰিবলৈ গৈ নিৰুদ্দেশ হৈছে ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ ৮ গৰাকী পৰ্বতাৰোহী।

 

আৰোহণ কৰিবলৈ যথেষ্ট কঠিন বুলি বিবেচিত নন্দা দেৱী পৰ্বত শৃংগ আৰোহণ কৰিবলৈ যোৱা ১৩ মে'ত অভিযান আৰম্ভ কৰিছিল পৰ্বতাৰোহী কেইজনে।নিৰ্ধাৰিত সময়ত তেওঁলোক উভতি নহাত উদ্ধাৰ কৰিবলৈ এছডিআৰ এফ দল ৰাওনা হৈছে।

Your Comments