প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ:কেবিনেট মন্ত্ৰীসকলৰ দপ্তৰসমূহ

hh

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা হৈছে।সেই অনুসৰি কেবিনট মন্ত্ৰীসকলে লাভ কৰা দপ্তৰসমূহ হৈছে- 

#বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক প্ৰদান কৰা হৈছে গৃহ দপ্তৰ।
#ৰাজনাথ সিঙক প্ৰদান কৰা হৈছে প্ৰতিৰক্ষা দপ্তৰ।
# নিৰ্মলা সীতাৰমণক প্ৰদান কৰা হৈছে বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ দায়িত্ব।
#ডঃ ভি এছ জয়শংকৰক প্ৰদান কৰা হৈছে বৈদেশিক পৰিক্ৰমা দপ্তৰ।
#নীতিন গাডকাৰীক পথ পৰিবহণ,ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য দপ্তৰ প্ৰদান কৰা হৈছে।
#পীয়ুষ গোৱেলক প্ৰদান কৰা হৈছে ৰে'ল,ব্যৱসায় আৰু উদ্যোগ দপ্তৰ।
#ধর্মেন্দ্র প্ৰধানলৈ পেট্ৰ'লিয়াম আৰু অন্যান্য দপ্তৰ।
#মুখতাৰ আব্বাছ নাকভিলৈ  সংখ্যালঘু পৰিক্ৰমা দপ্তৰ।
#প্ৰকাশ জাভড়েকাৰলৈ পৰিৱেশ,বন,জলবায়ু আৰু তথ্য-সম্প্ৰচাৰ দপ্তৰ।
#ডঃ হর্ষবৰ্ধনলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,বিজ্ঞান- প্ৰযুক্তি আৰু ভূ-বিজ্ঞান দপ্তৰ। 

uu

#স্মৃতি ইৰাণীক প্ৰদান কৰা হৈছে মহিলা আৰু শিশু উন্নয়ন তথা বস্ত্ৰ দপ্তৰ।
#অৰ্জুন মুণ্ডাক প্ৰদান কৰা হৈছে জনজাতি পৰিক্ৰমা দপ্তৰ।
#ৰমেশ পোখৰিয়ালৈ মানৱ সম্পদ উন্নয়ন দপ্তৰ।
#ৰামবিলাস পাছোৱানলৈ  উপভোক্তা পৰিক্ৰমা,খাদ্য আৰু অসামৰিক যোগান দপ্তৰ।
#ডি ভি সদানন্দ গৌড়ালৈ  ৰসায়ন আৰু সাৰ দপ্তৰ।
#নৰেন্দ্ৰ সিং তোমাৰ প্ৰদান কৰা হৈছে কৃষি আৰু কৃষক কল্যাণ আৰু একাধিক দপ্তৰ।
#ৰবিশংকৰ প্ৰসাদক প্ৰদান  হৈছে আইন আৰু ন্যায়ৰ লগতে আৰু কেইটামান দপ্তৰ।

#হৰছিমৰত কৌৰ বাদললৈ  খাদ্য সংসাধন দপ্তৰ।
#থাৱৰ চান্দ গেহলটক প্ৰদান কৰা হৈছে সামাজিক ন্যায় আৰু সশক্তিকৰণ দপ্তৰ।
#প্ৰহ্লাদ যোশীলৈ সংসদীয় পৰিক্ৰমা,কয়লা-খনি মন্ত্ৰী দপ্তৰ।
#মহেন্দ্ৰ নাথ পাণ্ডেক দিয়া হৈছে দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰ।
#অৰৱিন্দ গণপত সাৱন্তলৈ গধুৰ উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰ।
#গিৰিৰাজ সিঙক প্ৰদান কৰা  হৈছে পশু পালন,দুগ্ধ উদ্যোগ আৰু মীন দপ্তৰ।

Your Comments