ৰামেশ্বৰ তেলীলৈ খাদ্য সংসাধন উদ্যোগ দপ্তৰ

teli

বৃহস্পতিবাৰে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক দপ্তৰ প্ৰদান কৰা হৈছে।তেলীক মোডীৰ মন্ত্ৰী পৰিষদত খাদ্য সংসাধন উদ্যোগ দপ্তৰ প্ৰদান কৰা হৈছে।

Your Comments