দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীয়ে,৫৭গৰাকী অন্য মন্ত্ৰীয়েও ললে শপত

modi

#দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীয়ে।
#ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে সন্ধিয়া ৭.০৫ বজাত নতুন মন্ত্ৰী সভা খনক শপত বাক্য পাঠ কৰায়। oath taking

আজি পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰা কেবিনেট মন্ত্ৰী ,স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰী সকল হ'ল - 
#ৰাজনাথ সিং ,কেবিনেট মন্ত্ৰী।
#অমিত শ্বাহ, কেবিনেট মন্ত্ৰী 
#নীতিন জয় ৰাম গডকাৰী,কেবিনেট মন্ত্ৰী।
#সদানন্দ গৌড়,কেবিনেট মন্ত্ৰী
#নিৰ্মলা সীতাৰমন, কেবিনেট মন্ত্ৰী।
#ৰামবিলাস পাঁচোৱান,  কেবিনেট মন্ত্ৰী।
#নৰেন্দ্ৰ সিং তৌমাৰ, কেবিনেট মন্ত্ৰী।
#ৰবি শংকৰ প্ৰসাদ, কেবিনেট মন্ত্ৰী ।
#হৰচিমৰত কৌৰ বাদল, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#থাৱৰ চান্দ গেহলট, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ডক্টৰ সুব্ৰমনিয়াম জয় শংকৰ, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ডঃ ৰমেশ পোখৰিয়াল নিশংকৰ, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#অৰ্জুন মুণ্ডা, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#স্মিতি জুবিন ইৰাণী, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ডক্টৰ হর্ষবদ্ধন, মন্ত্ৰী হিচাপ শপত গ্ৰহণ।
#প্ৰকাশ জাভেদকাৰ, মন্ত্ৰী হিচাপে শপত গ্ৰহণ। 
#পীয়ুছ গোৱেল, মন্ত্ৰী হিচাপ শপত গ্ৰহণ।
#ধর্মেন্দ্র প্ৰধান,মন্ত্ৰী হিচাপে শপত গ্ৰহণ
# মুখতাৰ আব্বাছ নকভী,মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
# প্ৰহ্লাদ যোশী, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ডক্টৰ মহেন্দ্ৰ নাথ পাণ্ডে,মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#অৰবিন্দ গনপত সাৱন্ত, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#গিৰিৰাজ সিং ,মন্ত্ৰী হিচাপে শপত গ্ৰহণ। 
#গজেন্দ্ৰ সিং শেখৱাট, মন্ত্ৰী হিচাপে শপত গ্ৰহণ।

 স্বতন্ত্ৰ মন্ত্ৰী আৰু ৰাজ্য মন্ত্ৰী হিচাপে- 
#সন্তোষ কুমাৰ সিং গৌয়েংকাৰ ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ৰাও ইন্দ্ৰজিৎ সিং ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#শ্ৰীপদ নায়ক ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ডক্টৰ জিতেন্দ্ৰ সিং ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#কিৰেণ ৰিজিজু ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#প্ৰহ্লাদ সিং পেটেল ৰাজ্য  মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ৰাজ কুমাৰ সিং ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#হৰদ্বীপ সিং পুৰী ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#মনসুখ মানদাভিয়া ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ফাগগান সিং কোলস্তে ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#অশ্বিনী কুমাৰ চৌবে ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#অৰ্জুন ৰাম মেঘৱাল ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
# জেনেৰেল ভি কে সিং ৰাজ্য মন্ত্ৰী শপত গ্ৰহণ।
#কৃষণ পাল গুজ্জৰ ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ৰাও চাহেব দানভে  ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#কৃষাণ ৰেড্ডী ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
# পুৰুষোত্ৰম ৰুপাইলা ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহন।
#ৰামদাস আঠোৱাল ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#নিৰঞ্জন জ্যোতি ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#বাবুল সুপ্ৰিয়া ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#সঞ্জীৱ কুমাৰ বালিয়াৰ  ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ধুটে সঞ্জয় শ্যাম ৰাও ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#অনুৰাগ সিং ঠাকুৰ ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#সুৰেশ অংগাড়িৰ ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#নিত্যানন্দ ৰায় ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ৰতন লাল কাটাৰিয়া ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
 #ভি মুৰুলিধৰণ, ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ৰেনুকা সিং চৰুতাই ৰাজ্যমন্ত্ৰী হিচাপ শপত গ্ৰহণ।
#সোম প্ৰকাশ, ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#ৰামেশ্বৰ তেলী, ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#প্ৰতাপ চন্দ্ৰ সাৰেংগী, ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#কৈলাশ চৌধুৰী, ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
#দেৱশ্ৰী চৌধুৰী, ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।
 উল্লেখ্য যে আজি শপত গ্ৰহণ কৰে মুঠ ৫৮ গৰাকী  মন্ত্ৰীয়ে। তাৰ ভিতৰত ২৫জন কেবিনেট মন্ত্ৰী ,৯জন স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু ২৪ জন ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
অসমৰ  পৰা সাংসদলৈ নিৰ্বাচিত ৰামেশ্বৰ তেলীও আজি ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।প্ৰায় দুঘণ্টা ধৰি চলে এই শপত গ্ৰহণ অনুষ্ঠান।

Your Comments