অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জগনমোহন ৰেড্ডীয়ে

jagan

বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ প্ৰমুখ জগনমোহন ৰেড্ডীয়ে।


বিজয়ৱাড়াৰ ইন্দিৰা গান্ধী মিউনিছিপেল ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত ৰেড্ডীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল ইএছএল নৰসিংহ ৰাৱে।শপত গ্ৰহণ অনুষ্ঠানত ৪০,০০০ হাজাৰতকৈ অধিক লোক উপস্থিত আছিল।

Your Comments