বিয়লি ৩ বজালৈকে ৫টা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৬৩ শতাংশ

v

বিয়লি ৩ বজালৈকে ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত জনসাধাৰনে উৎসাহী হৈ  ভোটদান অব্যাহত ৰাখিছে।শেহতীয়া তথ্যমতে কলিয়াবৰত বিয়লি ৩ বজালৈকে ৬৪ শতাংশ,লখিমপুৰত ৬৫ শতাংশ, যোৰহাটত ৬৫ শতাংশ, ডিব্ৰুগড়ত ৬১ শতাংশ আৰু তেজপুৰত ৬০ শতাংশ হাৰত ভোটদান হৈছে।৫টা সমষ্টি মিলি ভোটদানৰ হাৰ ৬৩ শতাংশ।

Your Comments