বিমুদ্ৰাকৰণক ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুদ্ধৰ এটা অংশ আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বিমুদ্ৰাকৰণৰ পদক্ষেপৰ বাবে দেশৰ নাগৰিকসকল সততাৰ দিশলৈ আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
মোডীয়ে কয়-'বিমুদ্ৰাকৰণৰ বাবে তিনি লাখ ভুৱা কোম্পানী বন্ধ কৰাটো সম্ভৱপৰ হ'ল ।হাজাৰ কোটি টকাৰ সম্পত্তি জব্দ কৰিব পৰা গ'ল।গুপ্তআয়ৰ বিষয়ে অৱগত হ'ব পৰা হ'ল।'প্ৰধানমন্ত্ৰীয়ে এটা ব্যক্তিগত খণ্ডৰ ৰাষ্ট্ৰীয় বাতৰি চেনেলক সাক্ষাৎকাৰ দিছিল।
- Log in to post comments
- 13 views