#অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই মুকলি কৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ 'আমাৰ লক্ষ্য, আমাৰ পণ' ৰাজ্যিক কৰ্মসূচী।শুদ্ধ আৰু সম্পূৰ্ণ এনআৰচি প্ৰকাশ,ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিলে প্ৰদেশ কংগ্ৰেছে।
- Log in to post comments
- 2 views