'কেব'ক কেতিয়াও আইনত পৰিণত হ'বলৈ নিদিয়ে কংগ্ৰেছে-ৰাহুল গান্ধী

rahul

'নাগৰিকত্ব সংশোধনী বিধেয়কক কেতিয়াও আইনত পৰিণত হ'বলৈ নিদিয়ে কংগ্ৰেছে।' লখিমপুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দি গ'ল ৰাহুল গান্ধীয়ে।

Your Comments