কংগ্ৰেছে আজি দলীয় নিৰ্বাচনী ইস্তাহাৰ 'জন আৱাজ' মুকলি কৰে।কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী,ইউপিএ অধ্যক্ষ ছোনিয়া গান্ধী প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং,পি চিডাম্বৰম আদি নেতৃবৃন্দই 'জন আৱাজ' মুকলি কৰে।ইস্তাহাৰত কংগ্ৰেছ ক্ষমতালৈ আহিলে দৰিদ্ৰক 'ন্যায় যোজনা'ৰ অধীনত বছৰি ৭২ হাজাৰ টকা প্ৰদান,কৃষকৰ বাবে সুকীয়া বাজেট,ক্ষুদ্ৰ ব্যৱসায়ীসকলক যথোচিত সহায়,যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ অধিক সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়।
- Log in to post comments
- 6 views