লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে এটাৰ পিছত এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিবলৈ ধৰিছে ৰাহুল গান্ধীয়ে।দৰিদ্ৰৰ বেংক একাউন্টত বছৰি ৭২ হাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰ পিছত এইবাৰ তেওঁ ২২ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।কংগ্ৰেছ ক্ষমতালৈ আহিলে ২০২০ চনৰ ৩১ মাৰ্চৰ ভিতৰত খালী হৈ থকা ২২লাখ পদ পূৰণ কৰিব বুলি টুইটযোগে প্ৰতিশ্ৰুতি দিছে ৰাহুল গান্ধীয়ে।
- Log in to post comments
- 2 views