বিহাৰৰ বেগুচৰাই সমষ্টিৰ পৰা চিপিআইৰ প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ছাত্ৰ নেতা কানহায়া কুমাৰ।আজিৰ খৰচী নিৰ্বাচন খেলিবলৈ কানহায়াৰ প্ৰয়োজনীয় ধন নাই।যাৰ বাবে তেওঁ জনতাৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি আবেদন জনাইছে।এটা ৱেবচাইটৰ জড়িয়তে তেওঁ বৰঙণি সংগ্ৰহ কৰিছে। ৭০ লাখ বৰঙণি সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা কানহায়াই সংগ্ৰহ-কাৰ্যৰ প্ৰথম ঘণ্টাতে ২ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
- Log in to post comments
- 9 views