উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ খেতিয়কসকলে ১০,০০০ কোটি টকা বিভিন্ন পক্ষৰ পৰা পাবলৈ আছে বুলি বাতৰি প্ৰকাশ পাইছে।এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইট কৰিছে-'কৃষকসকলে ১০,০০০ কোটি টকা আদায় নোপোৱাৰ অৰ্থ হৈছে তেওঁলোকে সন্তানক শিক্ষা প্ৰদান,খাদ্য আহৰণ,সুস্বাস্থ্য বৰ্তাই ৰখা,পৰৱৰ্তী ফচল উৎপাদনৰ ক্ষেত্ৰত বাধাগ্রস্ত হোৱা।প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি তেওঁ কয়-এইজন চকীদাৰে কেৱল ধনাঢ্যৰ বাবে কৰ্তব্য পালন কৰে।দৰিদ্ৰক তেওঁ গুৰুত্ব আৰোপ নকৰে।
- Log in to post comments
- 15 views