গুৱাহাটী প্ৰেছ ক্লাবত ৰুবী কলিতাৰ গল্প উন্মোচন

s

আজি গুৱাহাটী প্ৰেছ ক্লাবত গল্পকাৰ ৰুবী কলিতা "দিকচৌ বাটৰ সপোন" নামৰ গল্প সংকলনখন উন্মোচন কৰা হয় । আগশাৰীৰ প্ৰকাশক গোষ্ঠী চন্দ্ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে প্ৰাগজ্যোতিশ কলেজৰ অধ্যক্ষ ডঃ দয়ানন্দ পাঠকে । উক্ত অনুষ্ঠানত উপস্থিত আছিল গল্পকাৰ ৰিজু হাজৰিকা, দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভুৱনেশ্বৰ শৰ্মা, চন্দ্ৰপ্ৰসাদ ভট্ট প্ৰমুখ্যে বহুত গণ্যমান্য ব্যক্তি ।

Your Comments