জ্যেষ্ঠ সংবাদিক অদীপ কুমাৰ ফুকনক আম্বেদকাৰ বঁটা প্ৰদান

ৌ

ডঃ বি আৰ আম্বেদকাৰ ৬৩সংখ্যক মহাপ্ৰয়ান দিৱসৰ উপলক্ষে অসম অনুসূচীত জাতি আৰু যুৱ ছাত্ৰ সন্থাই বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনক এই বৰ্ষৰ ডঃ বি আৰ অম্বেদকাৰ বঁটা প্ৰদান কৰা হয় । গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত সাংবাদিক গৰাকীক এখন গামোচা, এটা ট্ৰফী আৰু নগদ ধন হিচাপে ১০ হাজাৰ টকা প্ৰদান কৰে ৷

Your Comments