২০১৮ বর্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা

s

"কালিলৈ দিনটো আমাৰ হ'ব" আক-বাক প্ৰকাশনে প্ৰকাশ এই গ্ৰন্থখনৰ বাবে লেখক সনন্ত তাঁতীলৈ আৰু "দৌঙ ছে লামা" নামৰ বড়ো ভাষাৰ গ্ৰন্থখনৰ বাবে ঋতুৰাজ বসুমতাৰিলৈ ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হয় ।

Your Comments