২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰীয়ে উদ্বোধন কৰিব বগীবিল দলং 

s

ডিব্ৰুগড় আৰু লখিমপুৰবাসী বাবে এটা ভাল খবৰ । ২৫ ডিচেম্বৰত মুকলি হ'ব বহু প্ৰত্যাশিত বগীবিল দলং । দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বহু প্ৰতাক্ষিত দলংখন ।

Your Comments