৩ৰ পৰা ৫ ডিচেম্বৰলৈ কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা জিলা প্ৰশাসনৰ

৩ৰ পৰা ৫ ডিচেম্বৰলৈ কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা জিলা প্ৰশাসনৰ

# ৫ ডিচেম্বৰৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ (ম)ত ড্ৰাই ডে' ঘোষণা জিলা প্ৰশাসনৰ ।

# ৩ ডিচেম্বৰ পৰা ৫ ডিচেম্বৰলৈকে সমগ্ৰ জিলাখনত বন্ধ থাকিব সকলোবোৰ সুৰা বিপনী ।

# পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ বাবে এই ঘোষণা কৰাৰ কথা জানিবলৈ দিছে জিলা প্ৰশাসনে ।

# উক্ত সময়ছোৱাত যদি কোনো সুৰা বিপণীয়ে এই নির্দেশ অমান্য কৰে তেনেহ'লে সেইসমূহ বিপণীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিছে জিলা প্ৰশাসনে ।

Your Comments