৫ ডিচেম্বৰ স্থানীয় বন্ধৰ ঘোষণা প্ৰশাসনৰ

ৌ

৫ ডিচেম্বৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা ।পঞ্চায়ত নিৰ্বাচন হ'ব লগা জিলাসমূহৰ সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ থাকিব উক্ত দিনটোত । পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে এই বন্ধ প্ৰশাসনৰ ধাৰ্য কৰিছে । উক্ত দিনা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা জিলাসমূহ হৈছে- তিনিচুকীয়া, ডিব্ৰুগৰ, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, কামৰূপ, মৰিগাঁও, কামৰূপ(ম)।

Your Comments