বাস্কেট বল সংন্থাৰ সম্পাদক মুকুট মেধিক গ্ৰেপ্তাৰ

ে

অসম বাস্কেট বল এছোচিয়েচনৰ সম্পাদক মুকুট মেধিক গ্ৰেপ্তাৰ পল্টন বজাৰ আৰক্ষীৰ । বুধবাৰে সন্ধিয়া পল্টনবজাৰ আৰক্ষীয়ে মেধিৰ বিৰুদ্ধে পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে মেধিৰ বিৰুদ্ধে আছে খেলুৱৈৰ পৰা উটকোচ লোৱাৰ অভিযোগ ।

Your Comments