অসম লোকসেৱা আয়োগৰ ২০১৮ বর্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন ঘোষণা 

a

অসম লোকসেৱা আয়োগৰ এক জাননী যোগে প্ৰকাশ কৰিছে যে অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা ৩০ ডিচেম্বৰ দেওবাৰ অনুষ্ঠিত হ'ব ৷ অসমৰ ৩১খন জিলাৰ সদৰত এই পৰীক্ষাৰ অনুষ্ঠিত হ'ব । উল্লেখ যে পূৰ্বতে ২৪ নৱেম্বৰ দিন ঠিক কৰিছিল যদিও প্ৰস্তুতি সম্পূৰ্ণ নোহোৱাৰ বাবে পৰীক্ষাৰ বাতিল কৰিছিল ৷ এতিয়া ৩০ ডিচেম্বৰৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে www.apsc.nic.in ৱেব চাইডৰ পৰা ১৫ ডিচেম্বৰত এডমিট প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ।

Your Comments